ক-খ-গ-ঘ, চ-ছ-জ-ঝ


Disclaimer: The Youtube video lyrics and the lyrics below don't match. If you find the original audio, pleas share. Apologies.

ক-খ-গ-ঘ, চ-ছ-জ-ঝ
দুয়ে দুয়ে চাৰি গʼ
এ বি চি ডি ইস্কুল পঢ়ি
গিয়ানী বনিব গʼ।

হামাৰ কচি কচি বাছা
ইস্কুলে পঢ়িব গʼ
লিখি পঢ়ি বড় হাওৱা
গাড়ীতে হাকাইব গʼ
আসাম দেশে আসি মোৰা
পাই বহু মৰম গʼ
কাঁচা সোণাৰ ডালে ডালে
টাকাৰ কচি পাতা গʼ।

পাতা তোলা মেহনত কৰা
কলম কৰা ঝুঠা গʼ
ইস্কুল পঢ়ি সাহস কৰি
জাতিকে জাগাব গʼ।

অন্ধাকাৰ আকাশে জানি
চান্দ তাৰা জ্বলে গʼ
মাষ্টৰ বাবু ভাল মানুষ
হামাক আলো দিব গʼ
হামাক গিয়ান দিব গʼ
ভাল আলো দিব গʼ।

No comments: